Search Results (70) for: হৈছে
Logically→ ৰাম মন্দিৰ পূৰ্বৰ বাবৰি মছজিদৰ পৰা ৩ কিঃমিঃ দূৰত নিৰ্মাণ কৰা হৈছে বুলি মিছাকৈ দাবী কৰা হৈছে
Logically→ মালদ্বীপৰ ৰাষ্ট্ৰপতিয়ে এক্সত ভাৰতৰ মানুহৰ ওচৰত ক্ষমা বিচৰা বুলি ভুৱা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰা হৈছে
Logically→ ভাৰত-মালদ্বীপৰ কূটনৈতিক বিবাদৰ মাজতে বিশ্বৰ বিভিন্ন ঠাইৰ ফটো ভাৰতৰ বুলি শ্বেয়াৰ কৰা হৈছে
Logically→ ম্যানমাৰৰ অস্ত্ৰ ভাণ্ডাৰৰ ভিডিঅ’ মণিপুৰ সংঘৰ্ষৰ সৈতে মিছাকৈ সম্পৰ্কিত কৰা হৈছে
Logically→ জাপানৰ ২০১১ চনৰ ছুনামীৰ ভিডিঅ’ শেহতীয়া ভূমিকম্পৰ দৃশ্য বুলি শ্বেয়াৰ কৰা হৈছে
Logically→ জাপানৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য বুলি ২০১১ আৰু ২০১৬ চনৰ ফটো শ্বেয়াৰ কৰা হৈছে
Logically→ ২০২১ চনৰ আফগানিস্তানৰ ফটো যুদ্ধবিধ্বস্ত গাজাৰ খালী শ্ৰেণীকোঠা হিচাপে শ্বেয়াৰ কৰা হৈছে
Logically→ ২০২১ চনৰ ভিডিঅ’ বিজেপিৰ জয়ৰ পিছত ‘ৰাজস্থানৰ অভিমুখে বুলডজাৰ ৰাওনা’ বুলি শ্বেয়াৰ কৰা হৈছে
Logically→ কন্যাকুমাৰীৰ পুৰণি ভিডিঅ’ চেন্নাইৰ বানপানীৰ দৃশ্য বুলি শ্বেয়াৰ কৰা হৈছে
Logically→ ২০১৮ চনৰ ভিডিঅ’ মাউণ্ট মেৰাপিত সংঘটিত শেহতীয়া আগ্নেয়গিৰি উদগীৰণৰ দৃশ্য বুলি শ্বেয়াৰ কৰা হৈছে
Logically→ ম্যানমাৰৰ পুৰণি ভিডিঅ’ ঘূৰ্ণীবতাহ মিচাউঙৰ দৃশ্য বুলি মিছাকৈ দাবী কৰা হৈছে
Logically→ উত্তৰাখণ্ডৰ সুৰংগত আৱদ্ধ শ্ৰমিক বুলি পুৰণি ফটো শ্বেয়াৰ কৰা হৈছে
Logically→ মল্লিকাৰ্জুন খাৰ্গেই ৰাহুল গান্ধীক মৃত ঘোষণা কৰা বুলি দাবী কৰি ক্ৰপ কৰা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে
Logically→ কংগ্ৰেছ নেতা কমল নাথৰ পুৰণি ভিডিঅ’ ভুৱা অডিঅ’ ব্যৱহাৰ কৰি শ্বেয়াৰ কৰা হৈছে
Logically→ ইউক্ৰেইনৰ ভিডিঅ’ গাজাত ইজৰাইলৰ ৰাসায়নিক অস্ত্ৰৰ আক্ৰমণৰ দৃশ্য় বুলি শ্বেয়াৰ কৰা হৈছে
Logically→ অষ্ট্ৰিয়াৰ নাজী কনচেনট্ৰেচন কেম্পৰ ফটো পেলেষ্টাইনৰ সৈতে মিছাকৈ জড়িত কৰা হৈছে
Logically→ ২০১৯ চনৰ ভিডিঅ’ ইজৰাইল-হামাছৰ শেহতীয়া যুদ্ধৰ বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে
Logically→ চুডানৰ সেনাই ইন্ধন টেংকত কৰা আক্ৰমণৰ ভিডিঅ’ গাজাৰ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে
Logically→ বেইৰুট বন্দৰ বিস্ফোৰণৰ পুৰণি ভিডিঅ’ ইজৰাইল-হামাছৰ যুদ্ধৰ বুলি মিছাকৈ দাবী কৰা হৈছে
Logically→ উত্তৰ প্ৰদেশৰ পুৰণি ভিডিঅ’ ৰাজস্থানত বিজেপি নেতাৰ মাৰপিটৰ শেহতীয়া ঘটনা বুলি শ্বেয়াৰ কৰা হৈছে
Logically→ ইজৰাইল-হামাছৰ শেহতীয়া যুদ্ধৰ বুলি বিমান আক্ৰমণৰ পুৰণি ভিডিঅ’ প্ৰচাৰ কৰা হৈছে
Logically→ মণিপুৰত অসম ৰাইফলছৰ জোৱানে পলায়ন কৰা দৃশ্য বন্দী হৈছে বুলি অসংলগ্ন ভিডিঅ’ প্ৰচাৰ
Logically→ গাজাত ইজৰাইলৰ বিমান আক্ৰমণৰ পুৰণি ভিডিঅ’ শেহতীয়া বুলি শ্বেয়াৰ কৰা হৈছে
Logically→ ছিকিমৰ ডাৱৰ বিস্ফোৰণৰ দৃশ্য় বুলি পুৰণি ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে
Logically→ ইণ্ডোনেছিয়াৰ পুৰণি ভিডিঅ’ মণিপুৰত কুকি লোকৰ প্ৰশিক্ষণৰ বুলি শ্বেয়াৰ কৰা হৈছে
Logically→ গুজৰাটৰ এজন ব্যৱসায়ীয়ে ৰাস্তাত হীৰা ছটিয়াই দিয়া বুলি মিছাকৈ দাবী কৰা হৈছে
Logically→ ছিৰিয়াৰ ভিডিঅ’ মণিপুৰৰ হিংসাৰ ভিডিঅ’ বুলি শ্বেয়াৰ কৰা হৈছে
Logically→ মেইটেইৰ ওপৰত কুকি উগ্ৰপন্থীৰ গুলীচালনা বুলি ইথিওপিয়াৰ ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে
Logically→ ছৌদি আৰৱৰ পুৰণি ভিডিঅ’ লিবিয়াত ‘ষ্টৰ্ম ডেনিয়েল’ৰ দৃশ্য় বুলি শ্বেয়াৰ কৰা হৈছে
Logically→ ম্যানমাৰৰ পৰা মণিপুৰলৈ অনুপ্ৰৱেশৰ বুলি মধ্য প্ৰাচ্যৰ পুৰণি ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে
Logically→ উত্তৰ প্ৰদেশৰ ভিডিঅ’ মৰক্কো ভূমিকম্পত নৱজাত শিশুৰ উদ্ধাৰৰ দৃশ্য় বুলি শ্বেয়াৰ কৰা হৈছে
Logically→ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ হোটেলে মৰক্কোৰ ভূমিকম্প পীড়িতসকলক আশ্ৰয় দিয়া বুলি মিছাকৈ দাবী কৰা হৈছে
Logically→ কংগ্ৰেছ চৰকাৰৰ দিনত ৰন্ধন গেছৰ দাম বেছি আছিল বুলি বিভ্ৰান্তিকৰ দাবী কৰা হৈছে
Logically→ অসমৰ এক চিকিৎসক নিযুক্তিৰ ৬৪ শতাংশই মুছলমান ধৰ্মাৱলম্বী লোক বুলি মিছা দাবী কৰা হৈছে
Logically→ ২০১৪ চনলৈকে ব্ৰহ্মপুত্ৰৰ ওপৰত কেৱল এখন দলং আছিল বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে
Logically→ গৌতম গম্ভীৰৰ অশ্লীল ইংগিতৰ কাৰণ বুলি সম্পাদিত ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে
Logically→ গুলীবৰ্ষণৰ পুৰণি ভিডিঅ’ মণিপুৰৰ শেহতীয়া সংঘৰ্ষৰ বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে
Logically→ নাছাৰ মংগল গ্ৰহৰ ছবি চন্দ্ৰযান-৩য়ে সংগ্ৰহ কৰা বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে
Logically→ ফিলিপাইনছৰ ভিডিঅ’ মণিপুৰৰ মেইটেইৰ দোকানত কুকি লোকে লুটপাত চলোৱা বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে