Search Results (102) for: বুলি
Logically→ ২২ জানুৱাৰীত ডুবাইৰ বুৰ্জ খলিফাত ভগৱান ৰামৰ ছবি প্ৰদৰ্শন কৰা হৈছিল বুলি ভুৱা ফটো প্ৰচাৰিত
Logically→ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছানিয়া মিৰ্জাৰ পুত্ৰক ভাৰতৰ নাগৰিকত্ব দিয়া নহয় বুলি কোৱা নাই
Logically→ শ্ৰীনগৰৰ লাল চকত ভগৱান ৰামৰ প্ৰতিচ্ছবি প্ৰদৰ্শন কৰা বুলি ডেহৰাডুনৰ ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে
Logically→ ৰাম মন্দিৰ পূৰ্বৰ বাবৰি মছজিদৰ পৰা ৩ কিঃমিঃ দূৰত নিৰ্মাণ কৰা হৈছে বুলি মিছাকৈ দাবী কৰা হৈছে
Logically→ ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা সমাৰোহৰ প্ৰাকক্ষণত অযোধ্যাত জটায়ু পক্ষী দেখা গৈছিল বুলি পুৰণি ভিডিঅ’টো প্ৰচাৰিত
Logically→ অযোধ্যাত ৰাম মন্দিৰৰ উদ্বোধনৰ পূৰ্বে ধৰ্মীয় শোভাযাত্ৰা উলিওৱা বুলি পুৰণি ভিডিঅ’ প্ৰচাৰিত
Logically→ অযোধ্যাত ৰাম মন্দিৰৰ উদ্বোধনৰ পূৰ্বে ধৰ্মীয় শোভাযাত্ৰা উলিওৱা বুলি পুৰণি ভিডিঅ’ প্ৰচাৰিত
Logically→ নগাঁৱত শেহতীয়া বাঘৰ আক্ৰমণৰ ফুটেজ বুলি পুৰণি, অসংলগ্ন ভিডিঅ’ প্ৰচাৰিত
Logically→ শেহতীয়া কূটনৈতিক বিবাদৰ মাজতে মালদ্বীপত মোদী বিৰোধী প্ৰতিবাদ বুলি পুৰণি ভিডিঅ’ প্ৰচাৰিত
Logically→ মালদ্বীপৰ ৰাষ্ট্ৰপতিয়ে এক্সত ভাৰতৰ মানুহৰ ওচৰত ক্ষমা বিচৰা বুলি ভুৱা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰা হৈছে
Logically→ ভাৰত-মালদ্বীপৰ কূটনৈতিক বিবাদৰ মাজতে বিশ্বৰ বিভিন্ন ঠাইৰ ফটো ভাৰতৰ বুলি শ্বেয়াৰ কৰা হৈছে
Logically→ জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰ নিহত বুলি পাকিস্তানৰ পুৰণি বিস্ফোৰণৰ ক্লিপ প্ৰচাৰ
Logically→ জাপানৰ ২০১১ চনৰ ছুনামীৰ ভিডিঅ’ শেহতীয়া ভূমিকম্পৰ দৃশ্য বুলি শ্বেয়াৰ কৰা হৈছে
Logically→ জাপানৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য বুলি ২০১১ আৰু ২০১৬ চনৰ ফটো শ্বেয়াৰ কৰা হৈছে
Logically→ ৰাম মন্দিৰ নিৰ্মাণ হ’লে আত্মহত্যা কৰিম বুলি কপিল ছিবালে কোৱা নাছিল
Logically→ পাকিস্তানৰ তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে ডাউদ ইব্ৰাহিমৰ মৃত্যু হোৱা বুলি পোষ্ট দিয়া নাছিল
Logically→ ‘হিন্দু পুৰোহিতৰ সৈতে প্ৰধানমন্ত্ৰী মোডী, অমিত শ্বাহৰ ভাৰ্চুৱেল সাক্ষাৎকাৰ’ বুলি সম্পাদিত ভিডিঅ’ প্ৰচাৰ
Logically→ ২০২১ চনৰ ভিডিঅ’ বিজেপিৰ জয়ৰ পিছত ‘ৰাজস্থানৰ অভিমুখে বুলডজাৰ ৰাওনা’ বুলি শ্বেয়াৰ কৰা হৈছে
Logically→ কান্দি থকা শিশুৰ ভিডিঅ’ক কেৰেলা চৰকাৰে সবৰীমালাৰ তীৰ্থযাত্ৰীক হাৰাশাস্তি কৰা বুলি মিছা প্ৰচাৰ
Logically→ কন্যাকুমাৰীৰ পুৰণি ভিডিঅ’ চেন্নাইৰ বানপানীৰ দৃশ্য বুলি শ্বেয়াৰ কৰা হৈছে
Logically→ ২০১৮ চনৰ ভিডিঅ’ মাউণ্ট মেৰাপিত সংঘটিত শেহতীয়া আগ্নেয়গিৰি উদগীৰণৰ দৃশ্য বুলি শ্বেয়াৰ কৰা হৈছে
Logically→ তেলেংগানাত কংগ্ৰেছৰ বিজয়ৰ পিছত ৰাষ্ট্ৰীয় পতাকাত আৰবীত কালিমা লিখা বুলি পুৰণি ভিডিঅ’ প্ৰচাৰিত
Logically→ লণ্ডনত ইছলাম ধৰ্মীলোকৰ শোভাযাত্ৰাৰ পুৰণি ভিডিঅ’ ইজৰাইলৰ বিৰুদ্ধে প্ৰতিবাদৰ দৃশ্য বুলি প্ৰচাৰ
Logically→ পুৰণি, অসংলগ্ন ফটো, ভিডিঅ’ চেন্নাইত ঘূৰ্ণিবতাহ মিগজাউমৰ তাণ্ডৱ বুলি প্ৰচাৰিত
Logically→ ম্যানমাৰৰ পুৰণি ভিডিঅ’ ঘূৰ্ণীবতাহ মিচাউঙৰ দৃশ্য বুলি মিছাকৈ দাবী কৰা হৈছে
Logically→ উত্তৰাখণ্ডৰ সুৰংগত আৱদ্ধ শ্ৰমিক বুলি পুৰণি ফটো শ্বেয়াৰ কৰা হৈছে
Logically→ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতীয় মহিলা হকী দলৰ ‘প্ৰতিশোধ’ বুলি দাবী কৰি অসংলগ্ন ভিডিঅ’ প্ৰচাৰ
Logically→ ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভাত মোডী সমৰ্থনত শ্লোগান দিয়া বুলি সম্পাদিত ভিডিঅ’ প্ৰচাৰ
Logically→ উত্তৰাখণ্ডৰ সুৰংগ দুৰ্ঘটনাত নিয়োজিত উদ্ধাৰকাৰী দলৰ ফটো বুলি সংবাদ মাধ্যমত এআই-জেনেৰেটেড ছবি প্ৰচাৰ
Logically→ মল্লিকাৰ্জুন খাৰ্গেই ৰাহুল গান্ধীক মৃত ঘোষণা কৰা বুলি দাবী কৰি ক্ৰপ কৰা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে
Logically→ বিশ্বকাপত পৰাজয়ৰ পিছত বাংলাদেশৰ ক্ৰিকেটাৰক অনুৰাগীয়ে অপদস্থ কৰা বুলি পুৰণি ভিডিঅ’ প্ৰচাৰ
Logically→ বৃটেইনৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ বাংকাৰৰ ভিডিঅ’ ‘গাজাত হামাছৰ সুৰংগ নেটৱৰ্ক’ বুলি প্ৰচাৰিত
Logically→ ৰিকি পণ্টিঙে অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ক ‘ক্ৰিকেট মাফিয়াৰ বিৰুদ্ধে জয়’ বুলি কোৱা নাই
Logically→ ‘আইচলেণ্ডত শেহতীয়াকৈ ঘটা আগ্নেয়গিৰি বিস্ফোৰণৰ দৃশ্য’ বুলি পুৰণি ভিডিঅ’ ভাইৰেল
Logically→ পেলেষ্টাইনত এটি শিশুৱে ইজৰাইলী সৈন্যৰ হাতত নিহত ভগ্নীক টানি নি থকা বুলি য়েমেনৰ ফটো প্ৰচাৰিত
Logically→ ইউক্ৰেইনৰ ভিডিঅ’ গাজাত ইজৰাইলৰ ৰাসায়নিক অস্ত্ৰৰ আক্ৰমণৰ দৃশ্য় বুলি শ্বেয়াৰ কৰা হৈছে
Logically→ ছিৰিয়াৰ ফটো ইজৰাইলে বগা ফছফৰাছেৰে কৰা আক্ৰমণৰ দৃশ্য বুলি প্ৰচাৰ
Logically→ ইজৰাইলে হামাছ উগ্ৰপন্থীক কৰা আক্ৰমণৰ বুলি পুৰণি, অসংলগ্ন ভিডিঅ’ প্ৰচাৰ
Logically→ ২০১৯ চনৰ ভিডিঅ’ ইজৰাইল-হামাছৰ শেহতীয়া যুদ্ধৰ বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে